Full width home advertisement

Travel the world

Climb the mountains

Post Page Advertisement [Top]


জোনাইত শনিবাৰে জোনাই লায়ন ক্লাৱৰ সৌজন্যত এদিনীয়া বিনামূলীয়া দন্ত চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে। জোনাই বজাৰস্থিত মেডিকিয়ুৰ ধ্ৰুঙ নামৰ ফাৰ্মাচীখনত অনুষ্ঠিত হোৱা বিনামূলীয়া দন্ত চিকিৎসা শিবিৰত দন্ত চিকিৎসক ডঃ ঋতুৰাজ গুপ্তাই মুঠ ৫৭ জন দন্ত ৰোগীক চিকিৎসা প্ৰদান কৰাৰ লগতে কেনেদৰে দন্ত পৰিষ্কাৰ পৰিচন্নতা আৰু কি কি মাদক দ্ৰব্য সেৱন কৰিলে দন্ত ৰোগ হয় সেই বিষয়ে দন্ত ৰোগীসকলক সজাগতা মূলক পৰামৰ্শ আগবঢ়ায় । উক্ত বিনামূলীয়া চিকিৎসা শিবিৰত উপস্থিত আছিল জোনাই লায়ন ক্লাৱৰ সভাপতি লায়ন পাৰ্থ চেত্ৰী, উপসভাপতি লায়ন পুৰুষোত্তম গুপ্তা,উপসভাপতি লায়ন প্ৰণৱ টায়ে ,সদস্য লায়ন মনোজ বৰ্মা আৰু লায়ন ডঃ প্ৰকাশ বৰা।

No comments:

Post a Comment

say somethings

Bottom Ad [Post Page]

| Designed by Colorlib